Daily Time Axom

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত

0 10

*উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ।

*ক’ভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ।

*১১ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ।

*এক জাননী যোগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ পংকজ বৰঠাকুৰৰ ঘোষণা ।

Leave A Reply

Your email address will not be published.