*উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ।
*ক’ভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ।
*১১ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ।
*এক জাননী যোগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ পংকজ বৰঠাকুৰৰ ঘোষণা ।