Daily Time Axom

কভিড আক্ৰান্ত হৈ ৰাজস্থানত মৃত্যু গোলাঘাট জিলাৰ কাজিৰঙাৰ বাদল সৰকাৰৰ ।

0 10

*ৰাজস্থানৰ জয়পুৰত কভিডত আক্ৰান্ত হৈ মৃত্যু গোলাঘাট জিলাৰ কাজিৰঙাৰ

এজন লোকৰ ।

*ৰাজস্থানত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল বাদল সৰকাৰ নামৰ

লোকজন ।

*১নং কঁহৰা গাওৰ নিবাসী বাদল সৰকাৰ বিগত বহুদিন ধৰি আক্ৰান্ত হৈ আছিল কভিডত ।

*জয়পুৰৰ এছ এম এছ চিকিৎসালয়ত মৃত্যু হয় বাদল সৰকাৰৰ ।

Leave A Reply

Your email address will not be published.