*ৰাজস্থানৰ জয়পুৰত কভিডত আক্ৰান্ত হৈ মৃত্যু গোলাঘাট জিলাৰ কাজিৰঙাৰ
এজন লোকৰ ।
*ৰাজস্থানত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল বাদল সৰকাৰ নামৰ
লোকজন ।
*১নং কঁহৰা গাওৰ নিবাসী বাদল সৰকাৰ বিগত বহুদিন ধৰি আক্ৰান্ত হৈ আছিল কভিডত ।
*জয়পুৰৰ এছ এম এছ চিকিৎসালয়ত মৃত্যু হয় বাদল সৰকাৰৰ ।