হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা স্থগিত
*হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা স্থগিত
*ক’ভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত ছেবাৰ
*১১ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা