Daily Time Axom

৪০বছৰ একো নোখোৱাকৈ বাচি থকা এবিধ আঁচৰিত প্ৰাণী।

0 11

ডিজিটেল ডেস্কঃ পৃথিৱীয়েই হৈছে একমাত্র গ্ৰহ, য’ত অত্যাধিক গৰম আৰু অতিপাত শীত সহজেই অনুভৱ কৰিব পাৰি। শীতল পৰিৱেশত থকা যিকোনো এবিধ প্ৰাণীক উষ্ণ পৰিৱেশত ৰখা হয় তেনেহ’লে সেই প্ৰাণীবিধ বেছি সময় বাছি থকাটো অসম্ভৱ হৈ পৰে।

উল্লেখ্য যে, এইখন পৃথিৱীতে এনে এবিধ প্ৰাণী আছে যিবিধ প্ৰাণীয়ে অত্যধিক গৰমৰ লগতে অস্বাভাৱিক ঠাণ্ডাও সহ্য কৰি জীয়াঁই থাকিব পাৰে। এই বিশেষ প্ৰাণীবিধৰ নাম হৈছে “টাৰডিগ্ৰেড”।” টাৰডিগ্ৰেড “নামৰ এই প্ৰাণীবিধৰ সৰ্বপ্ৰথম সন্ধান লাভ কৰে ১৭৭৩ চনত জাৰ্মান প্ৰাণী বিজ্ঞানী জোহানে।প্ৰাণী বিধৰ দৈৰ্ঘ্য মাত্র ০.৫পৰা সৰ্বোচ্চ ১মিঃ মিটাৰ দৈৰ্ঘ্য। প্ৰাণী বিধৰ আছে ৮খন ভৰি আৰু নিজা পাচনতন্ত্র। অতিপাত শীতত আৰু ১০০ডিগ্ৰী ছেলছিয়াছ তাপমাত্রাতো বাচি থাকে টাৰডিগ্ৰেড। ৪০ বছৰ পৰ্যন্ত এইবিধ প্ৰাণীয়ে একো নোখোৱাকৈয়ে জীয়াঁই থাকিব পাৰে।

Leave A Reply

Your email address will not be published.