ডিজিটেল ডেস্কঃ মহামাৰীৰ বাবে দেশ তথা ৰাজ্যৰ এনে দুৰৱস্থাৰ সময়তেই প্ৰেক্ষাপটত এটা ভাল খবৰ। “টেগ” ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত জনপ্রিয় অভিনেত্রী আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত এখন নতুন ছবি ডিমাচা ভাষাৰ প্ৰথমখন ছবি ‘ছেমখৰ’ এ তিনিটা বিশেষ বঁটা পাবলৈ সক্ষম হৈছে :
*Best Narrative
*Best Women Film
*Best Debut Film Maker এই তিনিটা শিতানত বঁটা লাভ কৰিলে “ছেমখৰ” ৰে।
। ছবিখন পৰিচালনা কৰাৰ লগতে তেওঁ নিজেও এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে। নাৰী বিষয়ক চিনেমা আৰু নেৰেটিভ শাখাত এক বিশেষ বঁটা লাভ কৰি আইমী বৰুৱাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।