অসমবাসীৰ বাবে এটি দুখবৰ। বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি আৰু নাই।

ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে এটি দুখবৰ। বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞি আৰু নাই। পুৱা ৬.৫৮ মিনিটত বিশিষ্ট সাহিত্যিক গৰাকীয়ে GNRC ত শেষ নিশ্বাস ত্যাগ কৰে । বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ । ১৯৩২ চনত হোমেন বৰগোহাঞিৰ লখিমপুৰ জিলাৰ  ঢকুৱাখনাত জন্ম হৈছিল । পঞ্চাশৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস, বিভিন্ন ৰচনা আদিৰে এইজনা সাহিত্যিকে বিভিন্নজনৰ মানসিক পৰিপুষ্টি সাধন কৰি আহিছে।


Comments (0)
Add Comment