Daily Time Axom

উত্তৰাখণ্ড,মহাৰাষ্ট্ৰ, গুজৰাটত বৃদ্ধি হৈছে “Black fungus”ৰ সংক্ৰমণ

0 11

ডিজিটেল ডেস্ক: মহামাৰী কৰ’ণাই সমগ্ৰ দেশতে কালৰূপ ধাৰণ কৰাৰ সময়তেই ভুতৰ ওপৰত দানৱ পৰাদি দেশত দেখা দিলে আন এবিধ মাৰাত্মক ৰোগে। কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত হোৱা এইবিধ ৰোগ হ’ল “Black fungus”। দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটত,উত্তৰাখণ্ড, অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত এই ৰোগ বিধৰ অৱস্থিতি ধৰা পৰিছে। শেহতীয়াকৈ উত্তৰাখণ্ডত বৃদ্ধি হৈছে “Black fungus”ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা । লখনৌৰ কি‍ং জৰ্জ মেডিকেল চিকিৎসালয়খনত “Black fungus” ত আক্ৰান্ত হৈ ইতিমধ্যে ১২৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ সময়তে আকৌ নতুনকৈ ২২ জনৰ দেহত ধৰা পৰিছে “Black fungus”ৰ অৱস্থিতি। ইফালে সেই একে সময়তে গুজৰাটত ধৰা পৰিছে ২২ জনতকৈও অধিক লোক।ইয়াৰ সমান্তৰালভাৱে মহাৰাষ্ট্ৰত ২ হাজাৰতকৈয়ো অধিক লোক আক্ৰান্ত হৈছে “Black fungus”ত।

Leave A Reply

Your email address will not be published.