Daily Time Axom

গৰমৰ দিনৰ বিভিন্ন ছালৰ সমস্যাৰ পৰা কেনেকৈ বাচিব?

0 5

ডিজিটেল ডেস্ক: নিজকে সুন্দৰ কৰি ৰাখিবলৈ সকলোৱে বিচাৰে।সুন্দৰ হৈ থাকিলেহে মনবোৰো সুন্দৰ হৈ থাকে।কিন্তু এই ক্ষেত্ৰত আমি প্ৰায়েই কিছুমান সমস্যাৰ সন্মুখীন হওঁ।বিশেষ কৈ গৰমৰ দিনকেইটাত ।গতিকে গৰমৰ দিনকেইটাত নিজকে কেনেকৈ যতন লব তাৰে এটা উপায় আজি আমি আপোনালোকলৈ আগবঢ়াইছো।

:-গ্ৰীষ্মৰ সময়ছোৱাত আমাৰ দেহত বিভিন্ন ছালৰ সমস্যাই দেখা দিয়ে।গতিকে ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি অলপ মহানিমৰ পাত গোটাই লওক।তাৰ পিছত সেইখিনি খুন্দি তাৰ ৰস সমূহ উলিয়াই লওক।তাৰ পিছত ১০ লিটাৰ মান পৰিষ্কাৰ পানীত নিমৰ ৰসখিনি দি দিয়ক।এতিয়া তাৰ এটা ধুনীয়া মিশ্ৰণ বনাই তাত ৫০ গ্ৰাম মান মচুৰ দাইলৰ গুড়ি মিহলাই আপোনাৰ ছালত সানক।দুটা বা তিনিটা দিনৰ অন্তৰে অন্তৰে নিয়মীয়া কৈ এই উপায় অৱলম্বন কৰিলে আপুনি নিশ্চয় সুফল লাভ কৰিব।

Leave A Reply

Your email address will not be published.