Daily Time Axom

২৩৬ টা ভোট লাভ কৰি ড° হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত বেডমিণ্টন ফেডাৰেচন পৰিষদলৈ

0 11

ডিজিটেল ডেস্ক: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত হৈছে বিশ্ব বেডমিণ্টন ফেডাৰেচন পৰিষদলৈ।২০২১-২০২৫ বর্ষৰ কাৰ্যকালৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাই ২৩৬ টা ভোট লাভ কৰি নিৰ্বাচিত হৈছে।এই কথা ঘোষণা কৰিলে শনিবাৰে।ইয়াৰ পূৰ্বে ভাৰতীয় বেডমিণ্টন সংস্থাৰ সভাপতি আছিল ড° হিমন্ত বিশ্ব শৰ্মা।উল্লেখযোগ্য যে মুঠ ৩১ জন প্ৰতিযোগীৰ ভিতৰত বেডমিণ্টন ফেডাৰেচনৰ ২০ জন সদস্যকহে নিৰ্বাচিত কৰিছে।

Leave A Reply

Your email address will not be published.