Daily Time Axom

ৰঙাজানত গাঁও পঞ্চায়তৰ আঁচনিত ব্যাপক অনিয়ম।

0 10

ডিজিটেল ডেস্কঃ গোলাঘাটৰ ৰঙাজান পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ অন্তৰ্গত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে । উদয়ন গাঁৱৰ পৰা হালধিবাৰী সংযোগী পথটিৰ নিৰ্মাণত এই অনিয়ম সংঘটিত হয় । খবৰসূত্ৰে পথ নিৰ্মাণত নিবিদাপ্ৰাপ্ত ঠিকাদাৰৰ দ্বাৰা এনে দুৰ্নীতি হয় । কোনো ৰাজনৈতিক নেতা, পালিনেতাৰ আশীৰ্বাদত এই পথটোৰ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে বুলিও ৰাইজে উত্থাপন কৰিছে গুৰুত্বৰ অভিযোগ।

Leave A Reply

Your email address will not be published.