Daily Time Axom

নলবাৰী জিলাৰ ৬১ নং ঘোগা পঞ্চায়তৰ আদৰণীয় পদক্ষেপ

0 15

ডিজিটেল ডেস্ক: ক’ভিড সংক্ৰমণে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰী জিলাৰ ৬১ নং ঘোগা পঞ্চায়তে এনে পৰিস্থিতিত গ্ৰহন কৰা পদক্ষপে সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে । দেওবাৰে পঞ্চায়তখনৰ সভানেত্ৰী ৰিজুমা বেগমৰ উদ্যোগত পঞ্চায়তখনৰ বিভিন্ন গাঁৱত মাস্ক, চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে লাউপাৰা হাইস্কুলত কোভিড ভেকচিন লোৱা জনসাধাৰণৰ সতে মত বিনিময় কৰে সভানেত্ৰী গৰাকীয়ে।উল্লেখযোগ্য যে পঞ্চায়ত খনৰ এনে সচেতন পদক্ষেপৰ ভুমিকাক ভূয়সী প্ৰশংসা কৰি একেমুখে শলাগ লয় সমূহ সচেতন অঞ্চলবাসীয়ে।

Leave A Reply

Your email address will not be published.