সোণৰ পদক জয় কৰিব নোৱাৰি মই দুঃখিতঃ লাভলীনা

ডিজিটেল ডেস্কঃ বিশ্ব জয় কৰি আজি মাতৃভূমিত উপস্থিত হোৱা অসম গৌৰৱ লাভলীনা বৰগোহাঁই য়ে বিমান বন্দৰৰ পৰা পোনে পোনে এখন চাৰ্টাৰ্ড বাছত হোটেল তাজ ভিভাণ্টালৈ ৰাওনা হয় লাভলীনা।


অলিম্পিকত ইতিহাস ৰচি জন্মভূমিত উপস্থিত লাভলীনা বৰগোহাঁই । পুৱা ৯.৩০ বজাত ইণ্ডিগো বিমানযোগে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয় লাভলীনা। বিমান বন্দৰত লাভলীনাক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাই। অলিম্পিকত প্ৰথমগৰাকী অসমীয়া হিচাপে পদক জয় কৰি অসমক গোৰৱান্বিত কৰি আজি জন্মভূমিলৈ আহিছে লাভলীনা বৰগোহাঁই। অলিম্পিকত ইতিহাস ৰচি জন্মভূমিত উপস্থিত লাভলীনা বৰগোহাঁই । পুৱা ৯.৩০ বজাত ইণ্ডিগো বিমানযোগে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয় লাভলীনা। বিমান বন্দৰত লাভলীনাক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাই। অলিম্পিকত প্ৰথমগৰাকী অসমীয়া হিচাপে পদক জয় কৰি অসমক গোৰৱান্বিত কৰি আজি জন্মভূমিলৈ আহিছে লাভলীনা বৰগোহাঁই।
অলিম্পিকত ইতিহাস ৰচি জন্মভূমিত উপস্থিত লাভলীনা বৰগোহাঁই । পুৱা ৯.৩০ বজাত ইণ্ডিগো বিমানযোগে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয় লাভলীনা। বিমান বন্দৰত লাভলীনাক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাই। অলিম্পিকত প্ৰথমগৰাকী অসমীয়া হিচাপে পদক জয় কৰি অসমক গোৰৱান্বিত কৰি আজি জন্মভূমিলৈ আহিছে লাভলীনা বৰগোহাঁই।
অসমত উপস্থিত হৈ অসমবাসীক ধন্যবাদ জনাই লাভলীনাই কয় যে সোণৰ পদক জয় কৰিব নোৱাৰি তেওঁ দুঃখিত। অসমত উপস্থিত হৈ অসমবাসীক ধন্যবাদ জনাই লাভলীনাই কয় যে সোণৰ পদক জয় কৰিব নোৱাৰি তেওঁ দুঃখিত।
অসমত উপস্থিত হৈ অসমবাসীক ধন্যবাদ জনাই লাভলীনাই কয় যে সোণৰ পদক জয় কৰিব নোৱাৰি তেওঁ দুঃখিত।

Comments (0)
Add Comment