Daily Time Axom

অসম গৌৰৱ লাভলীনালৈ DSPৰ চাকৰি অসম চৰকাৰৰ

0 20

অলিম্পিক বিজয়ী ভাৰত বৰ্ষৰ সৰ্বোচ্চ সন্মানীয় মেজৰ ধ্যানচাঁদ খেলৰত্ন বটাৰ বাবে মনোনীত অসম কন্যা লাভলীনা বৰগোঁহাইলৈ উপ আৰক্ষী অধীক্ষকৰ (DSP) চাকৰি অসম চৰকাৰৰ ৷ বুধবাৰে কেবিনেটে জনালে অনুমোদন ৷ ৰাজ্য চৰকাৰৰ সমন্বিত ক্ৰীড়া নীতি অনুসৰি টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদকেৰে অসমক উজলাই তোলা লাভলীনালৈ আগবঢ়োৱা হৈছে অসম আৰক্ষীৰ এই উপ আৰক্ষী অধীক্ষকৰ চাকৰি ৷

Leave A Reply

Your email address will not be published.