Daily Time Axom

কানাড়া ফিল্ম ষ্টাৰ পুনীথ ৰাজকুমাৰৰ বেংগালুৰুত অকাল মৃত্যু

0 11

দাক্ষিনাত্যৰ জনপ্ৰিয় অভিনেতা পুনীত ৰাজকুমাৰৰ শুকুৰবাৰে আকস্মিক মৃত্য ঘটে ৷ পুৱাৰ ভাগত হৃদৰোগত আক্ৰান্ত হৈ বেংগালুৰুৰ এখন চিকিৎসালয়ত মৃত্যু হয় অভিনেতাজনৰ ৷ যাৰ ফলত অনুৰাগী আৰু সহকৰ্মীসকল শোকাগ্ৰস্ত হৈ পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৬ বছৰ ৷ পুৱাৰ ভাগত লৈ ঘৰৰপৰা সংজ্ঞাহীন অৱস্থাত তেঁওক হাস্পতাললৈ লৈ যোৱা হৈছিল ৷ পিছত চিকিৎসকে তেঁওক মৃত ঘোষণা কৰে ৷ কানাড়া ষ্টাৰ পুনীথ ৰাজকুমাৰ দক্ষিণৰ প্ৰসিদ্ধ অভিনেতা ৰাজকুমাৰৰ পুত্ৰ আছিল ৷ পুনীথে প্ৰায় ৪০ খন চিনেমাত নায়কৰূপে অভিনয় কৰিছিল ৷

Leave A Reply

Your email address will not be published.