Daily Time Axom

শুকুৰবাৰে অসমত মুঠ ৩২২জন ক’ভিড আক্ৰান্ত চিনাক্ত, কেৱল গুৱাহাটীতে ১১২জন আক্ৰান্ত

0 7

শুকুৰবাৰৰ দিনটোৰ অসমৰ ক’ভিড পৰিস্থিতিৰ পৰিসংখ্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট ৷ দিনটোত মুঠ ৩২২জন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে ৷ ইয়াৰ ভিতৰত কেৱল গুৱাহাটীতে শুকুৰবাৰে ক’ভিড আক্ৰান্তৰ সংখ্যা ১৩৩ জন ৷ ৰাজ্যজুৰি মুঠ ৪৩৮৪১ টা ক’ভিড পৰীক্ষা কৰা হৈছিল দিনটোত, তাৰ ভিতৰত ৩২২টা পজিটিভ ঘটনা ধৰা পৰে ৷ আক্ৰান্তৰ হাৰ ০.৭৩% ৷ আৰোগ্যৰ হাৰ ৯৮.৩০% ৷

Leave A Reply

Your email address will not be published.