শনিবাৰে অসমত কিমানজন ক’ভিড পজিটিভ চিনাক্ত?
শলিবাৰে দিনটোত ৰাজ্যখনত মুঠ ২৮৩জন ক’ভিড পজিটিভ চিনাক্ত হয় ৷ তাৰে ১০৮জন কেৱল গুৱাহাটীতে চিনাক্ত হয় ৷ অসমত শনিবাৰে সৰ্বমুঠ ৩৯৮০৮ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় ৷ দিনটোত ৰাজ্যত ৪জন কোভিডত মৃত্যু হৈছে ৷ ক’ভিড সংক্ৰমণৰ হাৰ ০.৭১% ৷ মুঠ আৰোগ্যৰ হাৰ ৯৮.৪১ ৷