কোভিড সংক্ৰমণ বৃদ্ধি ৷ কেন্দ্ৰৰ পৰা সকীয়নি অসম আৰু পশ্চিমবংগলৈ
অসম আৰু পশ্চিমবংগত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। দুয়োখন ৰাজ্যলৈ কেন্দ্ৰৰ পৰা দিছে সকীয়নি।ৰ্দুগা পূজাৰ পিছতে সংক্ৰমণ বৃদ্ধি অসম আৰু পশ্চিমবংগত।কোভিড সংক্ৰমণ ৰোধৰ বাবে আৰু অধিক ব্যৱস্থা ল’বলৈ আহ্বান।অসম আৰু পশ্চিমবংগৰ মুখ্য সচিবলৈ পত্ৰ পেৰণ কেন্দ্ৰৰ।অক্টোবৰৰ ২০ তাৰিখৰ পৰা অক্টোবৰৰ ২৬তাৰিখলৈ কোভিড সংক্ৰণ বৃদ্ধি।কোভিড পৰীক্ষা আৰু তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান দুয়োখন ৰাজ্যক।