অৰুণাচল প্ৰদেশৰ বুমলা আৰু চীন সীমান্ত পৰিদৰ্শন কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ৷ সীমান্ত পৰিদৰ্শন কৰি চৰ্দাৰ যোগিন্দৰ সিঙৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি কৰি ভাৰতীয় সশস্ত্ৰ বাহিনীৰ নিষ্ঠা আৰু সেৱাৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন সাংসদজনৰ ।

Comments (0)
Add Comment