উপ নিৰ্বাচন: কোন ক’ত আগবাঢ়ি আছে?

তৃতীয় ৰাউণ্ডটো মৰিয়নিত সমাপ্ত হৈছে আৰু ৰূপজ্যোতি কুৰ্মী মুঠ ৩৫২৪৬ টা ভোটলাভ কৰি তাত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে।
বিৰোধী কংগ্ৰেছ দলে লোহিত কোঁৱৰে ৮৭০৮ টা ভোট লাভ কৰিছে আনহাতে ৰাইজৰৰ দলে ৬৬১৯ টা ভোট লাভ কৰিছে।

থাওৰাত, সুশান্ত বৰগোহাঁই ২৫৪৮৯ টা ভোট লাভ কৰি আগবাঢ়ি আছে।
ইয়াৰ বিপৰীতে, ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে ১২০৪৯ টা ভোট লাভ কৰিছে। কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰে লাভ কৰিছে ২৩৩০টা।

Comments (0)
Add Comment