Daily Time Axom

ভৱানীপুৰ সমষ্টিত বিজেপিৰ বৃহৎ জয় ৷ ২৫,২১৯টা ভোটত ফণীধৰ তালুকদাৰৰ জয়লাভ ৷

0 5

আজি অসমত ঘোষণা হোৱা উপনিৰ্বাচনৰ ফলাফলত অসমৰ আটাইকেইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ বৃহৎ জয় ৷
ভবানীপুৰ বিধান সভা সমষ্টিৰ ভোট গণনাৰ অন্তত বিজেপিয়ে ৬৩,৭৩৫ টা ভোট, কংগ্ৰেছে ৩৮,৫১৬ টা ভোট আৰু AIUDFএ ৬৪২০ টা ভোট লাভ কৰিবলৈ সক্ষম হয় আৰু বি জে পি প্ৰাৰ্থী ফণীধৰ তালুকদাৰ মুঠ ২৫,২১৯টা ভোটৰ ব্যৱধানত জয়লাভ ৷

Leave A Reply

Your email address will not be published.