অসমত জোকাৰণি তুলি গ’ল ৩.৭ ৰিখটাৰ প্ৰাৱল্যৰ ভূমিকম্পই
বৃহস্পতিবাৰে পুৱা ১০:০৮ বজাত অসমত অনুভূত হ’ল ৩.৭ ৰিখটাৰ প্ৰাৱল্যৰ ভূমিকম্পৰ ৷ ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই জানিবলৈ দিছে এই তথ্য ।
টুইটাৰৰ জৰিয়তে নেচনেল চেণ্টাৰ ফৰ চিচমোল’জিৰ অফিচিয়েল একাউণ্টত লিখিছে, “প্ৰাৱল্যৰ ভূমিকম্প: ৩.৭, ০৪-২১১-২০২১, ১০:১৯:০৮ বজাত সংঘটিত হৈছিল, অক্ষাংশ: ২৬.৫৯ আৰু দ্ৰাঘিমা: ৯২. , গভীৰতা: ২৫ কিঃমিঃ,অৱস্থান: তেজপুৰ, অসমত ৩৫ কিঃমিঃ ডব্লিউএছডব্লিউ।”