Daily Time Axom

৫ নৱেম্বৰত কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা

0 8

কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে দেৱালী উদযাপনৰ বাবে ৫ নৱেম্বৰ, ২০২১ তাৰিখে স্থানীয় বন্ধ ঘোষণা কৰিছে।

কামৰূপ জিলাৰ সকলো চৰকাৰী কাৰ্যালয়, বিত্তীয় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান দিনটোত বন্ধ থাকিব।
অৱশ্যে, জিলাখনৰ যিকোনো পৰীক্ষা বা অন্যান্য অত্যাৱশ্যকীয় সেৱা পৰিচালনাৰ সৈতে জড়িত বিষয়া/কৰ্মচাৰী/শিক্ষকসকলক এই স্থানীয় বন্ধৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে বুলি প্ৰশাসনে জাৰি কৰা এক জাননীত প্ৰকাশ পাইছে।

Leave A Reply

Your email address will not be published.