Daily Time Axom

শঙ্কৰাচাৰ্যৰ সমাধি ক্ষেত্ৰ, ১২ ফুট উচ্চতাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে প্ৰধান মন্ত্ৰী মোডীয়ে

0 10

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কেদাৰনাথ মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ কামৰ উদ্বোধন কৰাৰ লগতে নিজৰ দৰ্শন, কাব্যৰ দ্বাৰা দেশক একগোট কৰা আদিগুৰু শঙ্কৰাচাৰ্যৰ সমাধি ক্ষেত্ৰ আৰু ১২ ফুট উচ্চতাৰ আৱক্ষ মূৰ্তিৰ শুভ উন্মোচন কৰে ৷ এই উপলক্ষে শঙ্কৰাচাৰ্যই ভ্ৰমণ কৰা দেশৰ আন আন ধৰ্মীয় স্থানতো এই আধ্যাত্মিক অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

Leave A Reply

Your email address will not be published.