বিৰল ! নেজ থকা শিশুৰ জন্ম এখন দেশত…

সদ্যোজাত ল’ৰা কেঁচুৱা এটা জন্ম হৈছে এডাল নেজৰ স’তে ৷ নেজডালৰ শেষত এটা বলৰ সৈতে ১২ চেমি দীঘল এপেণ্ডেজ থকা এখন ফটো বিশ্বজুৰি ভাইৰেল হৈছে । ব্ৰাজিলৰ এক বিৰল ঘটনা এয়া ৷ জাৰ্নেল অফ পেডিয়াট্ৰিক চাৰ্জাৰী কেছ ৰিপ’ৰ্টছত প্ৰকাশিত কেঁচুৱাটোৰ ছবিবোৰে আচৰিত কৰি তুলিছে সকলোকে। চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ পিছত সফলতাৰে নেজ আৰু বলটো আঁতৰাবলৈ সক্ষম হৈছে ।

Comments (0)
Add Comment