Daily Time Axom

অসমৰ দুই শ্ৰমিকৰ নাগালেণ্ডত মৃত্যু ৷ ভয়ংকৰ পথ দুৰ্ঘটনা ৷

0 6

উল্লেখ্য যে লাহৰিঘাটৰ বগলিপাৰা গাঁৱৰ আমীনুল হক আৰু ৰিয়াজুল হক কৰ্মসূত্ৰে ঠিকাদাৰ হাৰুল আলম ৰশ্বিদৰ সৈতে নাগালেণ্ডৰ কিৰপি নামৰ ঠাইলৈ কাম কৰিব যাওঁতে শুক্ৰবাৰে ডাম্পাৰ দূৰ্ঘটনাত মৃত্যু হয় দুই যুৱকৰ । আজি নিজ গৃহত মৃতদেহ অহাৰ পিছতেই পৰিয়ালত আৰম্ভ কণ্ডোনৰ ৰোল । এই ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ লাহৰিঘাট ।

Leave A Reply

Your email address will not be published.