লামডিং বনাঞ্চলত উচ্ছেদ অভিযান ; বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন

হোজাই জিলাৰ লামডিং সংৰক্ষিত
বনাঞ্চলৰ পৰা বেদখলকাৰী উচ্ছেদ কৰাৰ বাবে, অসম চৰকাৰে ১০০০ আৰক্ষী আৰু চিআৰপিএফ জোৱান মোতায়ন কৰিছে। খবৰ অনুসৰি, চৰকাৰে সোমবাৰে আৰু মঙলবাৰে বনাঞ্চলৰ ১,৪১০ হেক্টৰ বেদখল কৰা ভূমিৰ ভিতৰত প্ৰায় ৫০০ হেক্টৰ উচ্ছেদ কৰিব। গৌহাটি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, চৰকাৰে পৰ্যায়ক্ৰমে ১৪১০ হেক্টৰ বেদখল কৰা ভূমি মুক্ত কৰিব।

Comments (0)
Add Comment