দায়িত্ব জ্ঞানহীন নাগৰিক দিশপুৰ ছুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰৰ ওপৰত বাৰ্থ দে পাৰ্টী উদযাপন ৷ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ফটোখন ৷ মাত্ৰ ৫ দিন পূৰ্বে মুকলি কৰা হৈছিল এইখন ফ্লাই অভাৰ ৷

Comments (0)
Add Comment