Daily Time Axom

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণ সন্মান ৷

0 8

ৰাষ্ট্ৰপতি ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণ সন্মান ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা এই সন্মান গ্ৰহণ কৰিলে প্ৰয়াত তৰুণ গগৈৰ পত্নী ডলী গগৈয়ে ৷ ডলী গগৈ আৰু পুত্ৰ গৌৰৱ গগৈৰ চৰকাৰলৈ ধন্যবাদ ৷

Leave A Reply

Your email address will not be published.