ডিব্ৰুগড়ত ড° নগেন শইকীয়াৰ প্ৰতিমূৰ্তি উন্মোচন

গুণীজনলৈ জীৱন কালতে সমাজে দিয়া সন্মান আৰু স্বীকৃতিয়ে প্ৰগতিৰ পথ কাটে ৷ প্ৰথিতযশা সাহিত্যিক, অধ্যাপক ড° নগেন শইকীয়াৰ প্ৰতিমূৰ্ত্তি উন্মোচন ৷ বুধবাৰে দুপৰীয়া ডিব্ৰুগড়ৰ চৌকিডিঙিত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত উন্মোচন কৰা হয় ড° শইকীয়াৰ প্ৰতিমূৰ্তি ৷

Comments (0)
Add Comment