Daily Time Axom

২০ ডিচেম্বৰৰ পৰা অসম বিধান সভাৰ শীতকালীন অধিৱেশন অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এক অধিসূচনা যোগেৰে অহা ২০ ডিচেম্বৰ, ২০২১ তাৰিখ সোমবাৰে ৰাতিপুৱা ৯.৩০ বজাত অসম বিধান সভাৰ পৰৱৰ্তী শীতকালীন অধিৱেশন আহ্বান কৰিছে ।

0 10
Leave A Reply

Your email address will not be published.