Daily Time Axom

মণিপুৰত পুনৰ খুলিছে বিদ্যালয়

0 12

মণিপুৰ চৰকাৰে মঙলবাৰে ঘোষণা কৰে যে ক’ভিড-19 মহামাৰীৰ ফলত বছৰটোৰ আৰম্ভণিৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহ ১০ নৱেম্বৰঅৰ্থাৎ আজিৰ পৰা পুনৰ খোলা হ’ব।
বিষয়াজনৰ মতে, নৱম বা উচ্চ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি হ’ব আৰু শ্ৰেণীসমূহ এসপ্তাহৰ ভিতৰত পুনৰ খুলিব পাৰে।
মণিপুৰৰ শিক্ষা মন্ত্ৰী এছ ৰাজেন সিঙে কয় শেহতীয়া মাহবোৰত ৰাজ্যখনত ক’ভিড-19 সংক্ৰমণ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত অফলাইন পাঠদান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

Leave A Reply

Your email address will not be published.