২০ ডিচেম্বৰৰ পৰা অসম বিধান সভাৰ শীতকালীন অধিৱেশন অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এক অধিসূচনা যোগেৰে অহা ২০ ডিচেম্বৰ, ২০২১ তাৰিখ সোমবাৰে ৰাতিপুৱা ৯.৩০ বজাত অসম বিধান সভাৰ পৰৱৰ্তী শীতকালীন অধিৱেশন আহ্বান কৰিছে । Assam By admin On Nov 10, 2021 0 12 Share 0 12 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail