Daily Time Axom

অসম কন্যা অংকিতা কোঁৱৰ আৰু তেঁওৰ স্বামী ছুপাৰ মডেল মিলিন্দ সুমনৰ চুইমিং পুলৰ এখন ভাইৰেল ফটো

0 8

মিলিন্দ সুমন, ভাৰতীয় মডেলিঙ জগতৰ এজন এক ভোটা তৰা শ্বৰূপ ৷ এতিয়া বয়স ৫৬ বছৰ । তেঁওৰ পত্নী অংকিতা কোঁৱৰ ৷ বয়স ৩০ ৷ এই দম্পত্তিহালৰ চুইমিং পুলৰ এখন ফটো ভাইৰেল হৈ পৰিছে শেহতীয়াভাৱে ৷ য’ত অংকিতাই এক ৰঙা ৰঙৰ বিকিনি পিন্ধি থকা গৈছে ৷ দুয়োকে ফটোখনত আন্তৰিকভাৱে দেখা গৈছে ৷ দুয়োৱে দুয়োৰে চকুলৈ সন্মোহনী দৃষ্টিৰে চাই থকা ফটোখন অংকিতাই ইনষ্ট্ৰাগামত আপলোড কৰিছিল । এতিয়া সামাজিক মাধ্যমত ফটোখন বহুলভাৱে প্ৰচাৰ হৈছে ৷ কোৱা হৈছে যে দুয়োকে এক সুন্দৰ লাগিছে আৰু পাভ জোৰাৰ দৰে লাগিছে ।

Leave A Reply

Your email address will not be published.