Daily Time Axom

অসমত এতিয়াও অব্যাহত ক’ভিড সংক্ৰমণ ৷ বৃহস্পতিবাৰে ৰাজ্যত ৭ জনৰ ক’ভিডত মৃত্যু ৷

0 10

অসমত ক’ভিড সংক্ৰমণ এতিয়াও
অব্যাহত আছে ৷ বৃহস্পতিবাৰে ৰাজ্যত মুঠ ২৫১ জন ক’ভিডত আক্ৰান্ত লোক চিনাক্ত হৈছে ৷ মুঠ ক’ভিড পৰীক্ষা কৰা হৈছিল ৩৯৮৯৮ জনৰ ৷ সেই হিচাবত ক’ভিড সংক্ৰমণৰ হাৰ ০.৬৩% ৷ দিনটোত কেৱল কামৰূপ মহানগৰ জিলাতে ১৩০ জন ক’ভিড আক্ৰান্ত ধৰা পৰিছে ৷ গোটেই ৰাজ্যখনত বৃহস্পতিবাৰে ৭ জনৰ মৃত্য ঘটিছে বুলি চৰকাৰী তথ্যত প্ৰকাশ ৷

Leave A Reply

Your email address will not be published.