নোৰা ফতেহীৰ নতুন নৃত্যৰ চমক ৷ জন আব্ৰাহাম আৰু দিব্যা খোচলা কুমাৰ অভিনীত আহিবলগীয়া ছবি ‘সত্যমেৱ জয়তে ২’ৰ শেহতীয়া গান ‘কুচু কুচু’ত নোৰা ফাতেহীয়ে আকৌ এবাৰ তেওঁৰ চিজলিং বেলি ডান্স মুভৰ জৰিয়তে হৃদয় জয় কৰিছে দৰ্শকৰ। তেওঁ এতিয়া এটা নতুন ভিডিঅ’ত অবিশ্বাস্য নৃত্যৰ দ্বাৰা সামাজিক মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছে।
By
admin on November 14, 2021