Daily Time Axom

ফকিৰাগ্ৰামত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

0 9

দেওবাৰে ফকিৰাগ্ৰাম ৰে’লৱে এম্প্ল’য়িজ ইউনিয়ন কাৰ্যালয় প্ৰাংগণত ফকিৰাগ্ৰামৰ বেচৰকাৰী সংস্থা স্বাগতি কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ৰ চকু ৰোগ বিশেষজ্ঞ চিকিৎসক দলৰ দ্বাৰা এটা বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন কৰে।আজি দুপৰীয়া উক্ত শিবিৰ মুকলি কৰে বিটিচিৰ স্বাস্থ্য বিভাগৰ ই এম অৰূপ কুমাৰ দেই । । উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি বটা প্ৰাপ্ত অবসৰী শিক্ষক কৃষ্ণ চন্দ্ৰ নাথ , অবিচি পৰিষদৰ কোকৰাঝাৰ জিলাৰ সম্পাদক জ্যোতিষ চন্দ্ৰ নাথ, ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহা, সমাজকৰ্মী প্ৰদীপ তিৱাৰী, দীপক সৰকাৰ, সঞ্জয় কুমাৰ চৌধুৰী স্বাগত ৰ সঞ্জয় সৰকাৰ, সুদৰ্শন কানু প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল।আত ধৰে অভিজিত নাৰায়ণ দেবে।

গোসাইগাঁৱৰ পৰা মোনেৰ আলীৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.