মণিপুৰত উগ্ৰপন্থীয়ে সেনা বিষয়াসহ ৬ জনক নৃশংশভাৱি হত্যা কৰাৰ পিছত ৰাজ্যখনত তীব্ৰতৰ হৈছে উগ্ৰপন্থী বিৰোধী অভিযান।
মণিপুৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত ভাৰতীয় সেনাই শনিবাৰে কাকচিং জিলাৰ ৱাবাগাই য়ানবি উচ্চ বিদ্যালয়ৰ ওচৰত ২০ ৰাউণ্ড এম-৭৯ গ্ৰেনেড লঞ্চাৰ ধৰি উদ্ধাৰ কৰে।
“মণিপুৰৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত অসম ৰাইফলছৰ ফুন্দ্ৰেই বেটেলিয়নে মণিপুৰৰ কাকচিং জিলাৰ ৱাবাগাই য়ানবি উচ্চ বিদ্যালয়ৰ ওচৰত ২০ ৰাউণ্ড এম-৭৯ গ্ৰেনেড উদ্ধাৰ কৰে।