Daily Time Axom

একেখন বিমানতে অসম-মেঘালয় সীমান্তৰ লাংপীলৈ যাত্ৰা দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৷ মঙলবাৰে পুৱাবেলা বকোৰ সমীপৰ বিবদমান সীমান্ত অঞ্চল লাংপী ভ্ৰমণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ দীৰ্ঘদিন লাংপীত দুই ৰাজ্যৰ মাজত সীমা বিবাদ চলি আহিছে ৷ শেহতীয়াভাৱে অঞ্চলটোৰ ১৩ খন গাঁৱৰ লোকে অসমৰ মন্ত্ৰীৰ সমুখতে মেঘালয়ৰ লগত থাকিম বুলি মতপোষণ কৰিছিল ৷ আশা কৰা হৈছে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যৌথ ভ্ৰমণে স্থায়ী সমাধান আনিব অঞ্চলটোলৈ ৷

0 11
Leave A Reply

Your email address will not be published.