Daily Time Axom

কৰিমগঞ্জত ৫০ লাখ টকাৰ নিচাযুক্ত টেবলেট জব্দ

0 6

কৰিমগঞ্জ আৰক্ষীয়ে মঙলবাৰে প্ৰায় ৫০ লাখ টকাৰ মূল্যৰ নিচাযুক্ত টেবলেট জব্দ কৰে। ৰাষ্ট্ৰীয় ঘাইপথ (৩৭)ত টোলগেটৰ সমীপতে ২জনৰ বাইক আৰোহীৰ পৰা ১০ হাজাৰ যাবা টেবলেটখিনি জব্দ কৰি
ধৃত দুই ব্যক্তিক টেবলেটসহ আৰক্ষীক গতাই দিয়ে BSFৰ চোৰাংচোৱাই।

Leave A Reply

Your email address will not be published.