বিতৰ্কিত কংগনা ৰানাৱটৰ নতুন ছৱি ‘টিকু ৱেডছ শ্বেৰু’

বলিউডৰ বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ নতুন ছবি ‘টিকু ৱেডছ শ্বেৰু’ৰ বাবে সাজু হৈছে, ইয়াৰ শ্বুটিংত তেওঁ এতিয়া ব্যস্ত হৈ আছে। অভিনেতা নৱাজুদ্দিন চিদ্দিকীৰ সৈতে অৱনীত কৌৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখন কংগনাৰ প্ৰযোজনা প্ৰতিষ্ঠান মণিকৰ্ণিকা ফিল্মছে কৰিব। চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ পিছৰে পৰা, অভিনেত্ৰীগৰাকীয়ে বিভিন্ন বিটিএছ ক্লিপৰ সৈতে অনুৰাগীসকলৰ সৈতে যোগাযোগ কৰি আহিছে। তেওঁক এতিয়া কৰ্মচাৰীসকলক ছেটত সহায় কাম কৰা দেখা গৈছে ।

Comments (0)
Add Comment