Daily Time Axom

আফ্ৰিকাৰ হীৰাৰ খনিত বিৰল ৰত্নৰ সন্ধান

0 8

হীৰাৰ খনিত পোৱা গৈছে বিৰল ৰত্ন । কিন্তু কি এই অমূল্য ৰত্ন? বিজ্ঞানীসকলো এইটো দেখি আচৰিত হৈছে। পৃথিৱীত এই বস্তুটো পোৱাৰ বিষয়ে নাযায় বুলি সৰ্বজনবিদিত । তেন্তে ক’ৰ পৰা আহিল এই ধাতু ? বিজ্ঞানীসকলে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আছে। প্ৰাথমিক পৰীক্ষাৰ পিছত, তেওঁলোকে দেখিলে যে বস্তুটো প্ৰকৃততে কেলচিয়াম চিলিকেট – পাৰ্ভস্কিট (CaSiO3-perovskite) আছিল।
এই পদাৰ্থটো সাধাৰণতে অত্যাধিক চাপত থাকি উৎপন্ন হয়। তেন্তে প্ৰশ্ন হৈছে পৃথিৱীত ইমান চাপৰ উৎস কি ? বিজ্ঞানীসকলে আফ্ৰিকাৰ বটচৱানা খনিৰ পৰা উদ্ধাৰ হোৱা আঠ কোণীয়া পদাৰ্থৰ উৎপন্নৰ উৎস বিচাৰি গৱেষণা আৰম্ভ কৰিছে ।

Leave A Reply

Your email address will not be published.