ওপজা দিনত কি কৰিলে জুবিন গাৰ্গে? ৫০ত ভৰি দিলে জুবিনে
বৃহস্পতিবাৰে ৫০বছৰত ভৰি দিলে জনপ্ৰিয় গায়ক জুবিন গাৰ্গে ৷ গুৱাহাটীৰ আয়ুচুন্দ্ৰা হস্পিটেলত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে এটি বিশেষ কাৰ্য্যসূচী আয়োজন কৰা হয় । Mother Old Age Home ৰ আইতা সকলক আয়ুচুন্দ্ৰা হস্পিটেললৈ আনি Free Health Check Up কৰোৱা হয় আৰু প্ৰায় ৩০ গৰাকী আইতাক কম্বল উপহাৰ দিয়া হয় ৷ ইয়াৰ উপৰিও বুধবাৰে নিশা জুবিন গাৰ্গে কেক কাটি আইতা সকলৰ মাজত প্ৰাক্ জন্মদিন উদযাপন কৰে।