আজি ১৯ নৱেম্বৰ, পৃথিৱীৰপৰা চন্দ্ৰটোক ধূসৰ আৰু ৰঙা ৰূপত দেখা পাইছে বহু ঠাইৰপৰা । এই বিৰল মহাজাগতিক পৰিঘটনাটোৰ সাক্ষী হ’ল সমগ্ৰ বিশ্ববাসী। আচৰিত কথা যে, ৫৮০ বছৰৰ পাছত আজিৰ এই গ্ৰহণটো শতিকাটোৰ আটাইতকৈ দীঘল সময়ৰ চন্দ্ৰগ্ৰহণ। উল্লেখ্য যে, আজি বন্ধ থাকি কামাখ্যা ধামৰ দুৱাৰ। চন্দ্ৰগ্ৰহণৰ বাবে মন্দিৰ কৰ্তৃপক্ষই গ্ৰহণ কৰে কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধ ৰখাৰ সিদ্ধান্ত।