Daily Time Axom

ডিব্ৰুগড়ত বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 12

দেশৰ মহিলাসকলক সকাহ দিয়াৰ লক্ষ্যৰে “প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ২.০”ৰ অধীনত আজি ডিব্ৰুগড়ত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালয়ে। এই ব্যৱস্থাই প্ৰতিগৰাকী হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে স্বাস্থ্যসন্মত জীৱনশৈলী নিশ্চিত কৰিব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰদান কৰে।
অনুষ্ঠানত সোনোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী , স্থানীয় বিধায়ক প্ৰশান্ত ফুকন প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল।

Leave A Reply

Your email address will not be published.