Daily Time Axom

অচিৰেই অসমৰ ৫খন মহাবিদ্যালয়ক দিয়া হ’ব বিশ্ববিদ্যালয়ৰ মৰ্যাদা ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ ঘোষণা

0 5

অসমত আকৌ কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰা হ’ব ৷ মুঠ পাঁচখন আগশাৰীৰ মহাবিদ্যালয়ক দিয়া হ’ব বিশ্ববিদ্যালয়ৰ মৰ্যাদা ৷ শনিবাৰে গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৱ শিক্ষা সন্মিলনত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৷ মহাবিদ্যালয়ৰপৰা বিশ্ববিদ্যালয়লৈ উন্নীত হ’বলগীয়া মহাবিদ্যালয় কেইখন হ’ল- লখিমপুৰ কলেজ, শিৱসাগৰ কলেজ, জে বি কলেজ, নগাঁও কলেজ আৰু সন্দিকৈ কলেজ ৷

Leave A Reply

Your email address will not be published.