Daily Time Axom

সকলো টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ কৰিব শিক্ষা বিভাগে ৷ চি আই ডি-ক টেট নিযুক্তি জালিয়াতিৰ তদন্তৰ দায়িত্ব ৷

0 13

শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ গুৰুত্তপূৰ্ণ ঘোষণা ৷ অচিৰেই সকলো টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰা হ’ব ৷ টেট নিযুক্তিৰ ক্ষেত্ৰত একাংশই লোৱা জালিয়াতিৰ বাবেই এই সিধান্ত ৰাজ্য চৰকাৰৰ ৷ ৰাজ্য চৰকাৰে চি আই ডিক দিছে টেট নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৷ ইতিমধ্যেই চি আই ডি-য়ে SIT গঠন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি সদৰি কৰিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ।

Leave A Reply

Your email address will not be published.