অসমত সোমবাৰে সৰ্বমুঠ ১৯২গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত ৷ মুঠ ক’ভিভ পৰীক্ষা কৰা লোকৰ সংখ্যা ৩৮,৪৯২জন ৷ দিনটোত চৰকাৰী তথ্যমতে ৫ জন লোকৰ ক’ভিডত মৃত্যু ঘটিছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে এই তথ্য ৷ Assam By admin On Nov 22, 2021 0 14 Share 0 14 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail