Daily Time Axom

আছুত আকৌ ক’লা দাগ ৷ ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল দুই ছাত্ৰনেতা ৷

0 13

সদৌ অসম ছাত্ৰ সন্থাত আকৌ এবাৰ কলংক সানিলে দুই ছাত্ৰ নেতাই। ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হৈছে নামৰূপৰ দুজন ছাত্ৰ নেতা ৷ ধন দাবীৰ গোচৰত নামৰূপ ছাত্ৰ সন্থাৰ ২ নেতা সত্যপ্ৰতীম ৰাজপুত, মানসজ্যোতি চাংমাইক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ এখন মাছৰ গাড়ীৰ পৰা এই দুই ছাত্ৰ নেতাই দাবী কৰিছিল ৩০ হাজাৰ টকা ৷ তাৰ পিছতে গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় দুয়োজনক ।

Leave A Reply

Your email address will not be published.